মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী

অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী

অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী তথা জিলা আইনী সেৱা প্ৰাধিকাৰীসমূহ

  • দৰিদ্ৰজনৰ বাবে আইনী সুবিধা প্ৰদান কৰা।
  • অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী, জিলা আইনী সেৱা প্ৰাধিকাৰী, খণ্ড আইনী সেৱা সমিতিআৰু উচ্চ ন্যায়ালয়ৰ আইনী সেৱা সমিতিৰ বাবে বাজেট ধাৰ্য কৰা।
  • বিভিন্ন পুঁজিৰ উচ্চ সীমা তথা মুকলিকৰণ বিষয়ক।
  • অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী, জিলা আইনী সেৱা প্ৰাধিকাৰী, খণ্ড আইনী সেৱা সমিতি আৰু উচ্চ ন্যায়ালয়ৰ আইনী সেৱা সমিতিৰ প্ৰতিষ্ঠাৰ কাৰণে নিৰ্মাণৰ পাছৰ ৰক্ষণাবেক্ষণ।
  • চতুৰ্দশ বিত্ত আয়োগৰ ৰূপায়ন তথা এ.ডি.আৰ.ৰ ২২খন জিলাত শাখা মুকলি।