মই প্ৰৱেশ কৰিছো :

অসম চৰকাৰ বিধায়িনী

ইতিহাস

  • বিধায়িনী বিভাগটো অসম চৰকাৰৰ এটি স্বাধীন তথা বিশেষ বিভাগ। পূৰ্বৰ আইন বিভাগটো নিযুক্তি বিভাগৰ জাননী নং. ABM.23/67/60, দিনাংক ১৮/০৫/৭৬ৰ অনুসৰি ন্যায়িক আৰু বিধায়িনী বিভাগলৈ বিভক্ত কৰা হয়। ইয়াৰ অৱস্থিতি হৈছে অসম সচিবালয়, ই-ব্লক, দ্বিতীয় মহলা, দিছপুৰ, গুৱাহাটী-৬।বিধায়িনী বিভাগৰ কামৰ লেন-দেন আয়ুক্ত আৰু সচিব/যুটীয়া সচিবৰ সহযোগত বিভাগৰ সচিব, দুগৰাকী উপ সচিব, এগৰাকী অৱৰ সচিব আৰু সচিবালয় প্ৰশাসনিক বিভাগৰ দ্বাৰা নিযুক্তি প্ৰাপ্ত অন্যান্য সহায়ক কৰ্মচাৰীবৰ্গ লগত।