অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী তথা জিলা আইনী সেৱা প্ৰাধিকাৰীসমূহ
- দৰিদ্ৰজনৰ বাবে আইনী সুবিধা প্ৰদান কৰা।
- অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী, জিলা আইনী সেৱা প্ৰাধিকাৰী, খণ্ড আইনী সেৱা সমিতিআৰু উচ্চ ন্যায়ালয়ৰ আইনী সেৱা সমিতিৰ বাবে বাজেট ধাৰ্য কৰা।
- বিভিন্ন পুঁজিৰ উচ্চ সীমা তথা মুকলিকৰণ বিষয়ক।
- অসম ৰাজ্যিক আইনী সেৱা প্ৰাধিকাৰী, জিলা আইনী সেৱা প্ৰাধিকাৰী, খণ্ড আইনী সেৱা সমিতি আৰু উচ্চ ন্যায়ালয়ৰ আইনী সেৱা সমিতিৰ প্ৰতিষ্ঠাৰ কাৰণে নিৰ্মাণৰ পাছৰ ৰক্ষণাবেক্ষণ।
- চতুৰ্দশ বিত্ত আয়োগৰ ৰূপায়ন তথা এ.ডি.আৰ.ৰ ২২খন জিলাত শাখা মুকলি।